পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পুলিচ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পুলিচ   বিশেষ্য

অর্থ : জনসাধাৰণৰ জীৱন আৰু সামগ্রীৰ ৰক্ষাৰ কাৰণে থকা বিভাগ, দল বা সংস্থা

উদাহরণ : তেওঁক ধৰিবৰ কাৰণে পুলিচ আহিছে

সমার্থক : আৰক্ষী, আৰক্ষী বাহিনী, আৰক্ষী-বাহিনী

অর্থ : প্রজাৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰাত নিয়োজিত ব্যক্তি বা বিষয়া

উদাহরণ : পুলিচজনে দৌৰি দৌৰি চোৰটোক ধৰিলে

সমার্থক : আৰক্ষী, চিপাহী

चौपाल