পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পৃথিৱী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পৃথিৱী   বিশেষ্য

অর্থ : যি ঠাইত আমি প্রাণীবোৰে বাস কৰো

উদাহরণ : সংসাৰত জন্মিলে এদিন মৰিবই লাগিব

সমার্থক : ইহজগত, ইহলোক, জগত, জাহান, জীৱলোক, দুনীয়া, ধৰাতল, নৰলোক, পৃথিৱীলোক, বসুধা, বিশ্ব, ভুৱন, ভৱসাগৰ, মনুষ্যলোক, মর্ত্যলোক, মৰজগত, লোক, সংসাৰ, সৃষ্টি

অর্থ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

উদাহরণ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

সমার্থক : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰা, ধৰিত্রী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

অর্থ : কোনো বস্তুৰ স্বৰূপ নির্ণয় কৰিব পৰা কাৰোবাৰ অনুভূতি

উদাহরণ : তেওঁ নিজৰেই পৃথিৱীত বিভোৰ হৈ আছে

সমার্থক : দুনিয়া

অর্থ : হিন্দু ধর্মগ্রন্থত বর্ণিত গোটেই সংসাৰক ধাৰণ কৰি থকা এগৰাকী দেৱী

উদাহরণ : ধর্মগ্রন্থত ধৰিত্রীক ভগৱান বিষ্ণুৰ পত্নী বুলি কোৱা হৈছে

সমার্থক : অদিতি, ধৰিত্রী, ধৰিত্রী আই, ধৰিত্রী মাতা, বসুন্ধৰা

चौपाल