পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে প্রকাশিত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

প্রকাশিত   বিশেষণ

অর্থ : যাৰ ওপৰত প্রকাশ বা পোহৰ পৰিছে

উদাহরণ : চন্দ্রগ্রহ সূর্য্যৰ পোহৰেৰে প্রকাশিত হয়

সমার্থক : আলোকিত

অর্থ : যিটো ছপা মাধ্যমত মানুহৰ সন্মুখলৈ আহিছে

উদাহরণ : শ্রীবাস্তৱদেৱে নিজৰ নতুনকৈ প্রকাশিত হোৱা কিতাপখনৰ এটা কপি মোক দিলে

অর্থ : যি সকলোৰে সন্মুখত আছে বা সন্মুখলৈ আহিছে

উদাহরণ : কথাটো প্রকাশিত হৈছে যেতিয়া ভয় কৰিবলগীয়া কি আছে

সমার্থক : আৱিভূত, প্রকটিত, প্রস্ফূটিত

অর্থ : যিটো প্রকট কৰা হৈছে বা যাৰ অভিব্যঞ্জনা হৈছে

উদাহরণ : প্রকাশিত ভাৱক লুকুওৱাৰ চেষ্টা কিয় কৰি আছা

সমার্থক : অভিব্যঞ্জিত, প্রকটিত, ব্যক্ত

चौपाल