অর্থ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়
উদাহরণ :
তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে
সমার্থক : ফলমূল
অর্থ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা
উদাহরণ :
ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ
সমার্থক : প্ৰতিফল