অর্থ : কোনো নিয়মিত বা নির্দিষ্ট সময় যাৰ আগতে কোনো কাম হোৱাটো আৱশ্যক
উদাহরণ :
এই কামটো কৰাৰ ম্যাদ পাৰ হৈ গʼল
সমার্থক : কালসীমা, খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নির্ধাৰিত সময়, মিয়াদ, ম্যাদ, সময়সীমা, ্ধার্য্যসময়
অর্থ : কোনো এক নির্দিষ্ট সময়ৰ পৰা আন এক নির্দিষ্ট সময়লৈকে
উদাহরণ :
এই কামটোৰ সময়সীমা বৃদ্ধি কৰিব নোৱাৰি
সমার্থক : খঁতিৰা, ধার্যসময়, নির্দিষ্ট সময়, নি্র্ধাৰিত সময়, নিৰূপিত সময়, মিয়াদ, ম্যাদ, সময়সীমা, ্কালসীমা