পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বর্গ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বর্গ   বিশেষ্য

অর্থ : (জীৱবিজ্ঞান) জীৱৰ বর্গীকৰণাত্মক বর্গ যʼত এক বা একাধিক ্বর্গ ্থাকে

উদাহরণ : ভেকুলীৰ বৈজ্ঞানিক নাম ৰানা টিগ্রীনা যʼত ৰানা হʼল ভেকুলীৰ গণ

সমার্থক : গণ

অর্থ : জীৱবিজ্ঞানত জীৱিত প্রাণীক কৰা সকলোতকৈ ডাঙৰ পাঁচটা বিভাগৰ প্রত্যেকটো

উদাহরণ : জীৱ-বিজ্ঞানৰ ছাত্র হোৱাৰ কাৰণে মই বর্গৰ বিষয়ে ভালদৰে জানো

অর্থ : যাৰ দীঘ, প্রস্থ আৰু চাৰিটা কোণ সমপৰিমাণৰ হয়

উদাহরণ : এইটো পাঁচ ছেণ্টিমিটাৰৰ বর্গ

অর্থ : শ্্ব্দশাস্ত্রত একে স্থানৰ পৰা উচ্চাৰিত হোৱা স্পর্শ ব্যঞ্জন বর্ণৰ সমূহ

উদাহরণ : হিন্দী ব্যঞ্জনবর্ণক ক-বর্গ, চ-বর্গ, ট-বর্গ আদি ্বর্গত বিভাজিত কৰা হৈছে

অর্থ : যোগ্যতা, কর্তব্য আদিৰ বিচাৰেৰে কৰা বিভাগ

উদাহরণ : গান্ধীজী এজন উচ্চ ্বর্গৰ ্নেতা আছিল

সমার্থক : গোট, শ্রেণী

चौपाल