পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বস্ত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বস্ত্র   বিশেষ্য

অর্থ : কপাহ, ৰেচম, ঊণ আদিৰ সূতাৰে বোৱা বস্তু

উদাহরণ : তেওঁ ্কামিজটো চিলোৱাৰ কাৰণে দুই মিটাৰ টেৰিলিনৰ কাপোৰ কিনিলে

সমার্থক : কাপোৰ, বসন

অর্থ : পিন্ধা কাপোৰ

উদাহরণ : আজি বিদ্যালয়ত সকলোৱে পৰম্পৰাগত পোচাক পৰিধান কৰিছে

সমার্থক : কাপোৰ-কানি, পোচাক, পোচাক-পৰিচ্ছদ, পৰিচ্ছদ, বসন-ভূষণ, বেশ-ভূষা, সাজ-পাৰ, সাজ-পোচাক, সাজপাৰ

चौपाल