অর্থ : বাগধাৰা সঠিক প্ৰয়োগৰ জ্ঞান অথবা ফকৰা যোজনাৰ সঠিক ৰূপত প্ৰয়োগ কৰাৰ জ্ঞান
উদাহরণ :
বাগধাৰা প্ৰয়োগৰ ক্ষমতা সকলোৰে নাথাকে
সমার্থক : বাগধাৰা প্ৰয়োগৰ ক্ষমতা
অর্থ : কথা-বতৰা কোৱাত যিজন লোক সিদ্ধহস্ত বা চতুৰ
উদাহরণ :
তেওঁ নিজৰ বাক-পটুতাৰ কাৰণে সকলোকে প্রভাৱিত কৰি লʼব পাৰে
সমার্থক : বাক-পটুতা