অর্থ : বানত যাৰ ক্ষতিসাধন হৈছে
উদাহরণ :
চৰকাৰে বানপীড়িত লোকসকলক যতদূৰ সম্ভৱ সহায়-সহযোগ কৰি আছে
সমার্থক : বান-পীড়িত
অর্থ : যʼত বানপানী হয়
উদাহরণ :
মন্ত্রী মহোদয়ে বানপীড়িত এলেকা পৰিভ্রমণ কৰিলে
সমার্থক : বান-পীড়িত, বানবিধ্বস্ত