অর্থ : ব্যাপক হোৱা অৱস্থা বা ভাব
উদাহরণ :
মহাপুৰুষ কবীৰৰ ৰচনাৰাজিৰ পৰা তেওঁৰ জ্ঞানৰ ব্যাপকতাৰ বিষয়ে জানিব পাৰি
সমার্থক : ব্যাপকতা
অর্থ : বিশাল বা বহুত ডাঙৰ হোৱা অৱস্থা বা ভাব
উদাহরণ :
সেই ভৱনটোৰ বিশালতাই সকলোকে আকর্ষিত কৰে