অর্থ : কোৰোবাৰ সৈতে বিচ্ছেদ হোৱা বা কোনো আঁতৰি যোৱা এক অৱস্থা বা ভাব
উদাহরণ :
ৰাধাই কৃষ্ণৰ বিৰহ সহিব লগীয়া হৈছিল
সমার্থক : বিৰহ
অর্থ : কোনো সংখ্যাৰ পৰা কোনো সংখ্যা আঁতৰোৱা কার্য
উদাহরণ :
বিয়োগ কৰাৰ পিছত উত্তৰ চাৰি হʼল