পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বীজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বীজ   বিশেষ্য

অর্থ : ফুলযুক্ত উদ্ভিদ বা শস্যৰ দানা বিশেষ অথবা বৃক্ষৰ ফলৰ সেইবোৰ গুটি যʼৰ পৰা ঠিক একেধৰণৰ নতুন উদ্ভিদ, শস্য বা বৃক্ষ উৎপন্ন হয়

উদাহরণ : খেতিয়কে পথাৰত ঘেঁহুৰ বীজ সিঁচি আছে

অর্থ : যি কোনো কাম আদিৰ বাবে প্রেৰণা দিয়ে বা কোনো কাৰণবশতঃ উৎপন্ন হোৱা ভাৱ

উদাহরণ : মনোহৰৰ ব্যৱহাৰে শীলাৰ মনত ঘৃণাৰ বীজ ৰোপন কৰিলে

चौपाल