অর্থ : অনুবীক্ষণ যন্ত্রৰ দ্বাৰা চাব পৰা খালী চকুৰে নেদেখা সূক্ষ্ম প্রাণী
উদাহরণ :
জীৱাণুৱে নানাধৰণৰ ৰোগ বিয়পায়
সমার্থক : জীৱাণু
অর্থ : সাধাৰণ অনুবীক্ষণ যন্ত্রৰ দ্বাৰা নেদেখা আৰু নিজৰ পোষণ আৰু জননৰ বাবে পৰজীৱীৰ ৰূপত কোনো কোষৰ ভিতৰত থকা অতি সূক্ষ সংক্রামক জীৱ
উদাহরণ :
বীজাণুৰ পৰা কেইবা প্রকাৰৰো ৰোগ হয়
সমার্থক : ভাইৰাচ
অর্থ : বতাহ, খোৱা-বস্তু, পানী আদিত মিহলি হৈ থকা এবিধ সূক্ষ্ম জীৱ যি অনেক ৰোগৰো মূল কাৰক
উদাহরণ :
বীজাণু মানুহৰ কাৰণে ঘাতক স্বৰূপ
সমার্থক : জীৱাণু