পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বৃত্তি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বৃত্তি   বিশেষ্য

অর্থ : অধ্যয়নৰ কাৰণে লাভ কৰা অনুদান

উদাহরণ : ৰোহণৰ দৰে দুখীয়া লʼৰাই বৃত্তি পায়েই পঢ়া-শুনা কৰিলে

সমার্থক : ছাত্রবৃত্তি

অর্থ : জীৱিক-নি্র্বাহৰ কাৰণে কৰা কাম

উদাহরণ : তেওঁ ্ কাপোৰ বিক্রী কৰাৰ লগতে আন এটা ব্যৱসায়ো আৰম্ভ কৰিছে

সমার্থক : কাৰবাৰ, চাকৰি, চাকৰি-বাকৰি, জীৱিকা, পেশা, ব্যৱসায়, ্প্রৱর্তনি, ৰুজি, ৰুজি-ৰোজগাৰ, ৰোজগাৰ

অর্থ : কাৰোবাৰ ভৰণ-পোষণ আদিৰ কাৰণে দিয়া ধন

উদাহরণ : চৰকাৰে বিধৱা, বৃদ্ধ আদিৰ জীৱন-নির্বাহৰ কাৰণে বৃত্তি প্রদান কৰে

चौपाल