সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধাতুৰে নি্র্মাণ কৰা এবিধ পাতল উপকৰণ যাৰ গুৰিৰ ফুটা অংশত সূতা সুমুৱাই কাপোৰ আদি চিলোৱা হয়
উদাহরণ : কাপোৰ চিলাই থাকোতে সীতাৰ হাতত বেজি সোমাই গʼল
সমার্থক : বেজী
অর্থ : চিকিৎসা জগতত জীৱৰ শৰীৰত তৰল ঔষধ সুমুওৱাৰ কাৰণে ব্যৱহৃত আগ অংশত বেজি লগোৱা নলী আকাৰৰ এক উপকৰণ
উদাহরণ : চিকিৎসকে বিষত চটফটাই থকা ৰোগীজনক বেজি দিলে
সমার্থক : ইনজেকচন, ইনজেক্সন
ইনস্টল