পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেলা   বিশেষ্য

অর্থ : ভোজন কৰাৰ নিশ্চিত সময়

উদাহরণ : আজিও আমাৰ দেশৰ দুখীয়াসকলে দিনে দুবেলা খাবলৈ নাপায়

সমার্থক : সময়

অর্থ : অতীত, বর্ত্্মান আৰু ভৱিষ্যতৰ ধাৰণাৰ বাবে মিনিট, ঘণ্টা, বছৰ আদিত জোখা দূৰত্ব বা গতি

উদাহরণ : সময় কাৰোবাবে ৰৈ নাথাকে

সমার্থক : কাল, ক্ষণ, সময়

অর্থ : কোনো কাম বা উদ্দেশ্য সহজতে সোনকালে আৰু সুবিধাজনকভাৱে হোৱা এক সময় বা পৰিস্থিতি

উদাহরণ : এই কামটো কৰিবৰ সময় হʼল

সমার্থক : ক্ষণ, দাও, সময়, সুচল, সুযোগ

বেলা   ক্ৰিয়া

অর্থ : ৰুটি, পুৰি আদি বনাবলৈ বেলনাত আটাৰ লদা লৈ বেলনা মাৰিৰে পাতল কৰা কার্য

উদাহরণ : সীমাই বৰ খৰকৈ বেলিব পাৰে

चौपाल