অর্থ : যুদ্ধত সৈনিক আদি বা সেনাই অধিষ্ঠান কৰা বিশেষ প্রকাৰ
উদাহরণ :
জয়দ্রথৰ সুৰক্ষাৰ কাৰণে কমল বেহুৰ নির্মাণ কৰা হৈছিল
সমার্থক : ব্যুহ
অর্থ : এটা এককৰ ৰূপত থকা মানুহ বা বস্তুৰ ব্যৱস্থা বা ক্রম
উদাহরণ :
সুৰক্ষাত্মক বেহু ভেদা সহজ নহয়
সমার্থক : গঠন