অর্থ : বিষ্ণুৰ উপাসক তথা ভক্ত
উদাহরণ :
বৈষ্ণৱসকলৰ দলটো বিষ্ণু মন্দিৰৰ ফালে গৈ আছে
সমার্থক : বিষ্ণুভক্ত
অর্থ : হিন্দুসকলৰ এক সম্প্রদায় যি বিশেষভাৱে বিষ্ণুৰ উপাসনা কৰে
উদাহরণ :
শ্যাম বৈষ্ণৱ শিষ্য
সমার্থক : বৈষ্ণৱ সম্প্রদায়