অর্থ : বৌদ্ধ ধর্ম ্মানি অহা ব্যক্তি
উদাহরণ :
ত্রিপিটক বৌদ্ধ ধর্মাৱলম্বীসকলৰ প্রধান ধর্ম গ্রন্থ
সমার্থক : বৌদ্ধ ধর্মাৱলম্বী
অর্থ : গৌতম বুদ্ধ বা তেওঁৰ ্দ্বাৰা প্রৱর্তিত ধর্মৰ সৈতে সম্বন্ধ ৰাখোঁতা
উদাহরণ :
তেওঁ ্বৌদ্ধ শাস্ত্র অধ্যয়ন কৰি আছে
অর্থ : যি গৌতম বুদ্ধই প্রৱর্তন ্কৰা ধর্ম অনুসৰি হয়
উদাহরণ :
বৌদ্ধ ধর্মাৱলম্বী ব্যক্তিৰ কাৰণে এই মঠটো সজা হৈছে
সমার্থক : বৌদ্ধ ধর্মাৱলম্বী