পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ব্যৱস্থা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ব্যৱস্থা   বিশেষ্য

অর্থ : কোনো কাম ভালদৰে বা উচিত ধৰণে কৰা বা তাক সম্পূর্ণ কৰিবৰ কাৰণে আয়োজন কৰা কোনো কার্য

উদাহরণ : বিয়াত কইনাঘৰীয়াই বহুত ভাল ব্যৱস্থা কৰিছিল

সমার্থক : আয়োজন

অর্থ : কোনো কাম ভালদৰে সম্পূর্ণ ্কৰা ব্যৱস্থা

উদাহরণ : ধর্মানুষ্ঠানৰ সকলো বন্দোবস্ত শ্যামে কৰিলে

সমার্থক : প্রবন্ধ, বন্দোবস্ত

অর্থ : সমাজৰ দ্বাৰা নি্র্ধাৰিত কোনো কাম কৰাৰ এক বিশেষ প্রচলিত ৰীতি

উদাহরণ : এই কার্যালয়ৰ ব্যৱস্থা অতি শোচনীয়

সমার্থক : ব্যৱস্থাপনা

অর্থ : আগতীয়াকৈ নিয়ম-শৃংখলাৰ মাজেৰে সংগঠিত কৰা অৱস্থা বা কাম:ব্যৱস্থাপনাৰ যোগেদি যিকোনো কামেই সহজে কৰিব পাৰি

উদাহরণ :

সমার্থক : আয়োজন, বন্দৱস্ত, ব্যৱস্থাপনা

অর্থ : শাস্ত্র আদিৰ দ্বাৰা নি্র্ধাৰিত কোনো কামৰ বিধান

উদাহরণ : কামৰ আধাৰত নি্র্ধাৰণ কৰা বৈদিক যুগৰ চাৰি ্বর্ণ ব্যৱস্থা

অর্থ : এটাৰ আনটোৰ সৈতে সম্পর্ক ্থকা উপাদানেৰে গঠিত এক স্বতন্ত্র একক

উদাহরণ : সংৰক্ষণৰ দ্বাৰা শিক্ষা ব্যৱস্থা প্রভাবিত হয়

चौपाल