অর্থ : একেলগ কৰি বান্ধি থোৱা বস্তুৰ দʼম
উদাহরণ :
খেতিয়কে ধানৰ বোজা গৰুগাড়ীত লাদি আছে
সমার্থক : বোজা
অর্থ : কিহবাৰ ওপৰত বস্তু ৰখা বা ভৰোৱা
উদাহরণ :
মোৰ বস্তু এতিয়াও বোজা কৰা নাই ট্রাকত মালবস্তু বোজা কৰিলে
সমার্থক : বোজা