পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মেৰিওৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মেৰিওৱা   ক্ৰিয়া

অর্থ : কোনো এবিধ বস্তুৰ ওপৰত আন এবিধ বস্তুৰে তৰপ দিয়া কার্য

উদাহরণ : মিঠাইৰ টেমাৰ ওপৰত কাগজ মেৰিয়াই দিয়া

সমার্থক : ঘূৰোৱা, জপোৱা, নুৰিওৱা, পকোৱা

অর্থ : সূতা আদিক একগোট কৰা কাৰ্য

উদাহরণ : মায়ে ঊল মেৰিয়াই আছে

সমার্থক : মেৰিয়াই থকা

चौपाल