পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে যাদু শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

যাদু   বিশেষ্য

অর্থ : মানুহে অলৌকিক আৰু অমানৱীয় বুলি বিবেচনা কৰা এক ধৰণৰ আশ্চর্যজনক ্কাম

উদাহরণ : চন্দ্রকান্তাৰ কাহিনী মায়া-জালেৰে ভৰি আছে

সমার্থক : ইন্দ্র-জাল, ইন্দ্রজাল, চমৎকাৰ, মায়া জাল, মায়া-জাল

অর্থ : দর্শকে ৰহসয্ বুজিব নোৱাৰা এক ধৰণৰ অদ্ভূত খেল

উদাহরণ : যাদুকৰে যাদুৰে মিঠাই বনাই দিলে

অর্থ : কাৰোবাৰ অহিত চিন্তা কৰিবলৈ বা দেৱ-দেৱীৰ বাধা দূৰ কৰিবলৈ প্রয়োগ কৰা কোনো অলৌকিক শক্তি বা ভূত-প্রেত বিশ্বাস কৰি কৰা কাম

উদাহরণ : আজিৰ বিজ্ঞানীয়ে যাদু-মন্ত্রৰ ওপৰত বিশ্বাক নকৰে

সমার্থক : ইন্দ্রজালবিদ্যা, কুহক, কুহকবিদ্যা, টাটক-নাটক, তন্ত্র-মন্ত্র, ভেলেকী, ভেলেকীবাজী, মায়া, যাদু-মন্ত্র, যাদুবিদ্যা

चौपाल