পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে যোৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

যোৰা   বিশেষ্য

অর্থ : এজন মানুহে এবাৰত একেলগে পিন্ধা সকলো কাপোৰ

উদাহরণ : তেওঁ বাকচত থোৱা কাপোৰবোৰৰ মাজৰ পৰা এযোৰ কাপোৰ উলিয়াই পিন্ধিলে

সমার্থক : যোৰ

অর্থ : কোনোধৰণৰ কামত অহা দুটা বস্তু যাক একেলগে এটা বুলি গণ্য কৰা হয়

উদাহরণ : মোৰ ছোৱালীজনীক বছৰত পাঁচযোৰ জোতা-চেণ্ডেল লাগে

সমার্থক : যোৰ

অর্থ : একে ধৰণৰ দুটা বস্তু

উদাহরণ : পাৰৰ এই যোৰাটো ভাল

সমার্থক : হাল

অর্থ : দুজন ব্যক্তি, বস্তু আদিৰ ইটো-সিটোৰ সৈতে সহযোগ বা সম্বন্ধ থকা

উদাহরণ : তেওঁলোকৰ ্যোৰা বহুত ভাল লাগে

অর্থ : নৰ আৰু নাৰীৰ একেলগে দুয়োজন

উদাহরণ : চিকাৰীটোৱে ক্রৌঞ্চ পক্ষীৰ যোৰাটোৰ এটাক মাৰি পেলালে

সমার্থক : মিথুন, যুগল

चौपाल