অর্থ : কোনো বস্তুৰ ওপৰত কোনো ধৰণৰ প্ৰলেপ এৰাব নোৱাৰাকৈ লগোৱা কাৰ্য
উদাহরণ :
দীপাৱলীৰ সময়ত ঘৰবোৰ ৰং আদিৰে লিপা হয়
সমার্থক : লেপন দিয়া
অর্থ : কোনো ভিজা বস্তুৰ পাতল লেপন লগোৱা কাৰ্য
উদাহরণ :
ভঁৰাল ঘৰটো গোবৰেৰে লিপিছে