অর্থ : এজোপা সুকাঠী বহুত ডাঙৰ গছ
উদাহরণ :
শাল কাঠ ঘৰুৱা সা-সৰঞ্জাম বনোৱা কামত ব্যৱহৃত হয়
সমার্থক : শাল গছ
অর্থ : কাঠৰ কুণ্ডাবিশেষ যʼত বাঢ়ৈ, কমাৰ আদিয়ে কোনো বস্তু গঢ় দিয়ে
উদাহরণ :
কমাৰে শালত কেৰাহীখন থৈ পিটি আছে