পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সম্বোধন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সম্বোধন   বিশেষ্য

অর্থ : কাৰোবাক মাতিবলৈ প্রয়োগ কৰা শ্্ব্দ

উদাহরণ : বাপু নামেৰে গান্ধীজীক সম্বোধন কৰা হৈছিল

অর্থ : ব্যাকৰণ (কিছুমান ভাষাৰ)ত যি কাৰকত কোনো পদৰ দ্বাৰা কাৰোবাক আহ্বান কৰা বা সম্বোধন কৰা বুজোৱা হয়

উদাহরণ : সম্বোধনৰ বিভক্তি হে, হেৰʼ, ঐ আদি হে প্রভূ, দয়া কৰা-ত হে সম্বোধন

সমার্থক : সম্বোধন কাৰক, সম্বোধন পদ

चौपाल