পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সোমোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সোমোৱা   বিশেষ্য

অর্থ : ভিতৰলৈ সোমাই যোৱা কাৰ্য

উদাহরণ : মাটিত সোমোৱাৰ কাৰণে অট্টালিকাটো সৰি পৰিল

সমার্থক : পোত যোৱা

সোমোৱা   ক্ৰিয়া

অর্থ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য

উদাহরণ : এই টেমাটোত সাত কিলো আটা সোমায়

সমার্থক : ভৰোৱা

অর্থ : ভিতৰলৈ যোৱা

উদাহরণ : তেওঁ পঢ়িবৰ কাৰণে অধ্যয়ন কক্ষত প্রৱেশ কৰিলে

সমার্থক : প্রৱেশ কৰা

चौपाल