পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্নাতক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্নাতক   বিশেষ্য

অর্থ : কোনো বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি

উদাহরণ : মই মুম্বাই বিদ্যাপীঠৰ পৰা স্নাতক কৰিলো

অর্থ : যিজনে বিশ্ববিদ্যালয়ৰ নিম্নতম ডিগ্রী বা উপাধি লাভ কৰিবৰ কাৰণে পৰীক্ষা উত্তী্র্ণ হৈছে

উদাহরণ : ধনৰ অভাৱৰ কাৰণে ভালেসংখ্যক স্নাতকে নিজৰ পঢ়াশুনা বন্ধ ৰাখিবলগীয়া হʼল

সমার্থক : গ্রেজুৱেট

অর্থ : যিজনে কোনো গুৰুৰ গৃহত থাকি বিদ্যাৰ অধ্যয়ন আৰু ব্রহ্মচর্য ব্রত ্পালন কৰিছে

উদাহরণ : স্নাতক জনক সেই বিদ্যাপীঠৰে আচার্য হিচাপে নিযুক্তি দিয়া হৈছে

স্নাতক   বিশেষণ

অর্থ : স্নাতকৰ বা স্নাতক সম্বন্ধীয়

উদাহরণ : স্নাতক ডিগ্রীৰ বাবে আপুনি আবেদন কৰিব পাৰে এই বিশ্ববিদ্যালয়ত স্নাতক পর্যায়ত এটা অনিবার্য ্ভাষা শিক্ষণৰ ব্যৱস্থা আছে

चौपाल