পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হাথিয়াৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হাথিয়াৰ   বিশেষ্য

অর্থ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়

উদাহরণ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি

সমার্থক : উপকৰণ, যতন, সঁজুলি, সাধন, হাতিয়াৰ

অর্থ : যুদ্ধৰ আহিলা বা সা-সৰঞ্জাম:ভাৰতে বিদেশৰ পৰা অস্ত্র-শস্ত্র ক্রয় কৰে

উদাহরণ :

সমার্থক : অস্ত্র, অস্ত্র-শস্ত্র, অস্ত্র-সম্ভাৰ, আয়ুধ, যুদ্ধাস্ত্র, হাতিয়াৰ

অর্থ : যি আহিলা বা উপকৰণেৰে যুদ্ধ আদিৰ সময়ত শত্রুক আক্রমণ কৰা হয় অথবা আত্মৰক্ষা কৰা হয়

উদাহরণ : তেওঁ ্ধাৰাল অস্ত্রৰে বাঘটোৰ ওপৰত আঘাত কৰিলে

সমার্থক : অস্ত্র, হাতিয়াৰ

অর্থ : * কোনো দেশৰ সকলো হাথিয়াৰ বা উপকৰণ

উদাহরণ : অস্ত্র শস্ত্রৰ বিষয়ত ভাৰত পাকিস্তানতকৈ বহুত আগত

সমার্থক : অস্ত্র শস্ত্র, অস্ত্র-শস্ত্র

चौपाल