পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হালধি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হালধি   বিশেষ্য

অর্থ : মছলা আৰু ৰঙৰ কাৰণে খাদ্যত ব্যৱহাৰ কৰা এবিধ উদ্ভিদৰ মূল

উদাহরণ : হালধি এবিধ ৰোগ প্রতিষেধক ঔষধ

সমার্থক : হৰিদ্রা

অর্থ : মছলা হিচাপে ব্যৱহাৰ কৰা ঔষধি গুণসম্পন্ন একপ্রকাৰৰ উদ্ভিদ

উদাহরণ : সময়মতে পানী নিদিয়াৰ কাৰণে হালধিবোৰ শুকাই গʼল

সমার্থক : হৰিদ্রা

चौपाल