অর্থ : ষাঠিৰ লগত ন যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ :
আৰে ! তুমিচোন ঊনসত্তৰটো ওলোটাকৈ লিখি দিছা !!
সমার্থক : ঊনসত্তৰ
অর্থ : ষাঠি আৰি ন বা সত্তৰতকৈ এক কম
উদাহরণ :
এই সময়ত মোৰ ওচৰত মাত্র ঊনসত্তৰ টকা আছে
সমার্থক : ঊনসত্তৰ