অর্থ : তুচ্ছ অথবা অতি সাধাৰণ ভাৱে কৰা ব্যৱহাৰ
উদাহরণ :
নিজৰ কামৰ সৈতে খেলা কৰা উচিত নহয়
সমার্থক : খেলা
অর্থ : মনত আনন্দ দিয়া কথা বা কাম
উদাহরণ :
মোৰ লগত ধেমালি নকৰিবা
সমার্থক : ধেমালি, বিনোদন, ্হাঁহি-ধেমালি, ৰং-ৰহইচ, ৰগৰ