অর্থ : যি দেশৰ প্রতি দ্রোহ কৰিছে
উদাহরণ :
সতর্ক্্তা অৱলম্বন কৰি দেশদ্রোহীৰ ষড়যন্ত্র বিফল কৰিব পৰা যায়
সমার্থক : দেশদ্রোহী, ৰাজবিদ্রোহী
অর্থ : যিয়ে দেশৰ প্রতি বিদ্রোহ কৰিছে
উদাহরণ :
দেশদ্রোহী ব্যক্তিয়ে মৃত্যুদণ্ডৰ শাস্তি পোৱা উচিত
সমার্থক : দেশদ্রোহী