अर्थ : ডাঙৰ আৰু আটকধুনীয়া ঘৰ
							उदाहरण : 
							ডাঙৰ-ডাঙৰ মহাজনে নিজৰ কাৰণে অট্টালিকা নি্র্মাণ কৰি লয়
							
पर्यायवाची : প্রাসাদ
अर्थ : যিটো ভৱন অতি ওখ
							उदाहरण : 
							তেওঁ মুম্বাইৰ আকাশলঙ্ঘী ভৱনবোৰ দেখি তধা লাগি ৰʼল
							
पर्यायवाची : আকাশলংঘী ভৱন, আকাশলঙ্ঘী ভৱন, ইমাৰত, দালান
अर्थ : যি ভৱনত ভালেমান মহল থাকে
							उदाहरण : 
							মুম্বাই মহানগৰ অট্টালিকাৰে ভৰপূৰ হৈ আছে
							
पर्यायवाची : বহুমহলীয়া ভৱন