अर्थ : অনিত্য বা অস্থায়ী হোৱাৰ অৱস্থা বা ভাব
							उदाहरण : 
							জীৱ আৰু জগতৰ অনিত্যতা সর্বজনবিদিত
							
पर्यायवाची : অস্থায়িত্ব, নশ্বৰতা
अर्थ : ক্ষণভঙ্গুৰ হোৱা অৱস্থা বা ভাৱ
							उदाहरण : 
							জীৱনৰ ক্ষণভঙ্গুৰতাৰ কথা মনত ৰাখি ্সৎকর্ম ্কৰাৰ চেষ্টা কৰিব লাগে
							
पर्यायवाची : ক্ষণভঙ্গুৰতা