अर्थ : কাৰোবাৰ কোনো সিদ্ধান্ত মানি বা সেই অনুসৰি চলা
							उदाहरण : 
							তেওঁ সন্ত কবীৰৰ অনুগামী
							
पर्यायवाची : অনুগত
अर्थ : কাৰোবাক সমান আচৰণ কৰোতা
							उदाहरण : 
							ইয়াত অনুগামী লোকৰ অভাৱনো কʼত হৈছে
							
अर्थ : আজ্ঞাৰ পালন কৰোতা
							उदाहरण : 
							কৃষকজনে নিজৰ আজ্ঞাকাৰী পুত্রকলৈ  বহুত সুখী আছিল
							
पर्यायवाची : আজ্ঞা পালক, আজ্ঞাকাৰী, আজ্ঞাপালক