अर्थ : কোনো মাল-বস্তু বেহা-বেপাৰৰ কাৰণে নিজৰ দেশলৈ অনা কার্য
							उदाहरण : 
							ভাৰতে প্রয়োজন অনুসৰি কিছুমান বস্তু আমদানি কৰে
							
अर्थ : যি অন্য ঠাই বা দেশৰ পৰা আহিছে বা যাক বাহিৰৰ পৰা অনা হৈছে
							उदाहरण : 
							আন দেশৰ আমদানি সামগ্রীবোৰৰ তুলনাত নিজ দেশৰ বস্তুবোৰেই ভাল
							
पर्यायवाची : ইম্পʼৰটেড