अर्थ : যাৰ ওপৰত অপৰাধৰ অভিযোগ অনা হৈছে
							उदाहरण : 
							অভিযুক্ত ব্যক্তিজনক পুলিচে ধৰি লৈ গʼল
							
पर्यायवाची : অভিযুক্ত
अर्थ : যাৰ ওপৰত অভিযোগ কৰা হৈছে (অপৰাধ)
							उदाहरण : 
							তেওঁৰ ওপৰত আৰোপিত অভিযোগ মিছা আছিল
							
अर्थ : লগোৱা বা জাপি দিয়া
							उदाहरण : 
							জীয়েকৰ আৰোপিত কথাত ক্ষুন্ন হৈ তেওঁ আত্মহত্যা কৰিলে