अर्थ : যিটো ঘৰ বা আবাসৰ সৈতে সম্বন্ধিত
							उदाहरण : 
							আৱাসীয় সমস্যাবোৰ সমাধানৰ কাৰণে এটা সজাতি দল মাতি পঠিওৱা হৈছে
							
पर्यायवाची : আবাসীয়
अर्थ : থাকিবৰ বা বসতি কৰিবৰ কাৰণে বনোৱা
							उदाहरण : 
							চহৰৰ পৰা দূৰৈৰ আৱাসীয় এলেকাত ভাড়াঘৰ সস্তাত পোৱা যায়