अर्थ : ব্রিটেইনৰ লগতে পৃথিৱীৰ অন্যান্য দেশতো প্রচলিত ইংৰাজসকলৰ ৰাজভাষা
							उदाहरण : 
							তেওঁ হিন্দীৰ লগতে ইংৰাজী ভাষাও সলসলীয়াকৈ কʼব পাৰে
							
पर्यायवाची : ইংৰাজী, ইংৰাজী ভাষা
अर्थ : ইংৰাজী ভাষাৰ সৈতে সম্বন্ধ থকা বা ইংৰাজী ভাষাৰ
							उदाहरण : 
							আমি ইংৰাজী চিনেমা চাবলৈ গৈছিলোঁ
							
पर्यायवाची : ইংৰাজী