अर्थ : নাক বা মুখেৰে প্রাণীয়ে বতাহ শৰীৰৰ ভিতৰলৈ সুমুওৱা কার্য
							उदाहरण : 
							শ্বাস আৰু প্রশ্বাস শ্বসন ক্রিয়াৰ এক অবিচ্ছেদ্য অংগ
							
पर्यायवाची : শ্বাস
अर्थ : প্রাণীয়ে নাক বা মুখেৰে শৰীৰৰ ভিতৰলৈ সুমুৱাই নিয়া বতাহ
							उदाहरण : 
							উশাহত অক্সিজেনৰ পৰিমাণ অধিক থাকে
							
पर्यायवाची : শ্বাস