अर्थ : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য
							उदाहरण : 
							স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ
							
पर्यायवाची : উছৱ, পর্ব, পৰব, ্উৎসৱ-পার্বণ
अर्थ : উৎসৱ পালনৰ কাৰণে বেলেগকৈ ৰখা দিন বা সময়াবধি
							उदाहरण : 
							ঈদৰ উৎসৱ আকৌ কেতিয়া আহিব?
							
पर्यायवाची : সমাৰোহ