अर्थ : কোনো বস্তুৰ ভৰ, আকাৰ, মূল্য আদি
							उदाहरण : 
							এক বস্তা চাউলৰ ওজন প্রায় এশ কেজি
							
पर्यायवाची : পৰিমাপ
अर्थ : যাৰ মহত্ত্ব আদি বেছি বা যʼত গুৰুত্ব আছে
							उदाहरण : 
							আমাৰ কথাতকৈ গুৰুৰ কথাৰ ওজন বেছি
							
पर्यायवाची : গুৰুত্বপূর্ণ, মহত্ত্বপূর্ণ