अर्थ : যিজনে উপন্যাস লিখে
							उदाहरण : 
							মুন্সী প্রেমচান্দ সফল ঔপন্যাসিকসকলৰ অগ্রণী আছিল
							
पर्यायवाची : উপন্যাস-লেখক, উপন্যাসকাৰ
अर्थ : উপন্যাস বিষয়ক
							उदाहरण : 
							এই লেখকৰ ঔপন্যাসিক বিষয়বস্তু ৰুচিপূর্ণ
							
अर्थ : উপন্যাসত বর্ণ্্না কৰাৰ যোগ্য
							उदाहरण : 
							উপন্যাসকাৰে এটা ঔপন্যাসিক ঘটনাৰ সন্ধানত আছে