अर्थ : কম্পিউটাৰ চায়েন্সত এক বা একাধিক সংকেতৰ সমূহ যʼত তথ্য সু-শৃংখলিতভাৱে থাকে
							उदाहरण : 
							কম্পিউটাৰে আজিৰ তাৰিখটোক দিন,মাহ আৰু বছৰ এই তিনিটা ক্ষেত্রত দেখুৱায়
							
पर्यायवाची : ভাগ
अर्थ : যʼত কোনোৱে সক্রিয় ভাবে থাকে, কাম কৰে, বা কোনো কার্য ্সঞ্চালিত হয় অথবা নিয়ন্ত্রিত হয় তেনেধৰণৰ মানিলোৱা এখন ক্ষেত্র
							उदाहरण : 
							তেওঁ শিক্ষাৰ ক্ষেত্রত বহুত আগত আছে
							
अर्थ : যি স্থানত কোনো বিশেষ কার্য ্কৰা হয় বা যি স্থান কোনো বিশেষ কামৰ বাবে সংৰক্ষিত
							उदाहरण : 
							সৈনিকৰ প্রশিক্ষণ ক্ষেত্রলৈ আমি যাব নোৱাৰো