अर्थ : খোজকাঢ়িবলে বা দৌৰিবলে এঠাইৰ পৰা উঠাই আন এঠাইত ভৰি ৰখা কার্য
							उदाहरण : 
							তেওঁ ্সোনকালে ঘৰ গৈ পাবলে দীঘল-দীঘলকৈ খোজ দিছিল
							
पर्यायवाची : কদম
अर्थ : এটা খোজেৰে ঠিক কৰা দূৰত্ব
							उदाहरण : 
							মোৰ ঘৰ ইয়াৰ পৰা প্রায় আঠ-দহ খোজ দূৰত অৱস্থিত
							
पर्यायवाची : কদম