अर्थ : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
							उदाहरण : 
							সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
							
पर्यायवाची : ব্যয়
अर्थ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
							उदाहरण : 
							এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
							
पर्यायवाची : ব্যয়