अर्थ : যি গান্ধীবাদক মানে বা গান্ধীবাদ অনুযায়ী
							उदाहरण : 
							গান্ধীবাদীসকলৰ তালিকাত ডাঙৰ ডাঙৰ নেতা জড়িত হৈ আছে
							
अर्थ : গান্ধীবাদৰ সৈতে সম্বন্ধিত
							उदाहरण : 
							নি্র্বাচনৰ সময়ত নেতাজনে গান্ধীবাদী নীতি আদর্শৰ ্পোষকতা কৰা দেখা গʼল
							
अर्थ : যিয়ে গান্ধীবাদক মানি চলে
							उदाहरण : 
							লাল বাহাদুৰ শাস্ত্রী এজন গান্ধীবাদী নেতা আছিল