अर्थ : কাৰোবাৰ পৰা কিবা লোৱা কার্য
							उदाहरण : 
							ৰেখাই মুখ্য অতিথিৰ পৰা পুৰস্কাৰ গ্রহণ কৰিলে
							
पर्यायवाची : লোৱা-
अर्थ : কোনো উজ্জ্বল জ্যোতিপিণ্ডই সূর্য, চন্দ্র্ বা অন্য কোনো উজ্জ্বল পিণ্ডৰ সন্মুখত উপস্থিত হৈ তাক ঢাকি ধৰা অৱস্থা:অমাৱস্যাতহে সূর্যগ্রহণ হয়
							उदाहरण : 
							
							
पर्यायवाची : গ্রাস